তৰা আৰু সৌৰজগত
প্ৰশ্ন নং ১ -৩ ত শুদ্ধ উত্তৰ বাছি উলিওৱা-
১। তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়?
ক) গ্ৰহাণুপুঞ্জ
খ) উপগ্ৰহ
গ) তাৰকাপুঞ্জ
ঘ) ধূমকেতু
উত্তৰঃ গ) তাৰকাপুঞ্জ
২। তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?
ক) লুব্ধক
খ) বুধ
গ) শনি
ঘ) পৃথিৱী
উত্তৰঃ ক) লুব্ধক।
৩। চন্দ্ৰৰকলাৰ উপত্তিৰ কাৰণ
ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ
খ) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে
গ) পৃথিৱীৰ প্ৰচ্ছয়াই চন্দ্ৰপৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে
ঘ) চন্দ্ৰৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়
উত্তৰঃ ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰ অংশটোহে দেখা পাওঁ।
৪। খালী ঠাই পূৰ কৰা-
ক) সূৰ্যৰ পৰা আটাইতকৈ দূৰত্ব থকা গ্ৰহটো হ’ল নেপচুন।
খ) ৰঙা ৰঙৰ গ্ৰহটো হ’ল মংগল।
গ) আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক তাৰকাপুন্জ বোলে ।
ঘ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে।
ঙ) পপীয়া তৰা বোৰে প্ৰকৃততে তৰা নহয়।
চ) মংগল আৰু বৃহস্পতি ৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়।
৫। তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা।
ক) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য।
উত্তৰঃ অসত্য।
খ) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ।
উত্তৰঃ সত্য
গ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ।
উত্তৰঃ অসত্য
ঘ) ইনছেট এটা কৃত্ৰিম উপগ্ৰহ।
উত্তৰঃ সত্য
ঙ) সৌৰজগতত নটা গ্ৰহ আছে।
উত্তৰঃ অসত্য।
চ) কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পায়।
উত্তৰঃ অসত্য়
৬। ‘A’ স্তম্ভৰ পদসমূহৰ সৈতে ‘B’ স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্কে স্থাপন কৰা।
উত্তৰঃ
৭। সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা?
উত্তৰঃ
৮। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা।
উত্তৰঃ
৯। তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা।
উত্তৰঃ
১০। (ক) সপ্তৰ্ষিমণ্ড আৰু (খ) কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা।
উত্তৰঃ
১১। গ্ৰহাৰ বাহিৰে আন দুটা মৌৰজগতৰ সদস্যৰ নাম লিখা।
উত্তৰঃ
১২। সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা বাখ্যা কৰা।
উত্তৰঃ
১৩। আকাশত সকলো তৰাই গতি কৰেণে? বাখ্যা কৰা।
উত্তৰঃ
১৪। তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়? পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোকবৰ্ষ’, এই উক্তিয়ে কি বুজাই?
উত্তৰঃ
১৫। বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ১১ গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব?
উত্তৰঃ
১৬। সৌৰজগতৰ প্ৰজ্ঞানে অঁকা চিত্ৰখন শুদ্ধ নহয়।