আমাৰ মৌলিক কৰ্তব্য
১। উত্তৰ লিখা-
(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ?
উত্তৰ-
(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কর্তব্যটো কি ?
উত্তৰ-
(গ) জাতীয় পতাকাক আমি কিয় সম্মান জনাব লাগে ?
উত্তৰ-
(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কর্তব্য কি?
উত্তৰ-
২। সংবিধানত উল্লিখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে লিখা।
উত্তৰ-
৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হব পাৰে লিখা ।
উত্তৰ-
৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?
উত্তৰ-
৫। খালী ঠাই পূৰ কৰা-
(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে ǀ
(গ) ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ ১১ টা কৰ্তব্যৰ কথা উল্লেখ আছে।
৬। শুদ্ধটো বাছি উলিওৱা—
(ক) ৰাষ্ট্ৰীয় প্রতীক প্রতি সম্মান জনাব নালাগে/ লাগে ।
উত্তৰ- লাগে ।
(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাবৰ-জোখৰ পেলাব লাগে /নালাগে ।
উত্তৰ- নালাগে ।
(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ।
উত্তৰ-লাগে ।
(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে/নালাগে ।
উত্তৰ- লাগে ।
(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ǀ
উত্তৰ- লাগে ।
৭) জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ǀ
উত্তৰ-