বসতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
১ । উত্তৰ লিখাঃ
(ক) বসতিক কেই ভাগত ভাগ কৰা হয় ?
উত্তৰঃ ২ টা ভাগত ǀ
(খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত ?
উত্তৰঃ ৭৫% লোক ǀ
(গ) নগৰৰ কেন্দ্রীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত ?
উত্তৰঃ ব্যৱসায় বাণিজ্যৰ লগত জড়িত ǀ
(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰত বৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?
উত্তৰঃ ৩টা ভাগত ǀ
(ঙ) লোকপিয়ল বিভাগে নির্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে
উত্তৰঃ ৫৫০০ জন ǀ
(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি ?
উত্তৰঃ গুৱাহাটী ǀ
২ । শুদ্ধ / অশুদ্ধ লিখাঃ
(ক) নগৰীয়া বসতিতকৈ গ্রাম্য বসতিত জনসংখ্যা ঘনত্ব অধিক ।
উত্তৰঃ অশুদ্ধ
(খ) গ্রাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ।
উত্তৰঃ অশুদ্ধ
(গ) নতুন দিল্লী এখন প্রশাসনিক নগৰ ।
উত্তৰঃ শুদ্ধ
(ঘ) আগ্রা এখন নদীৰ পাৰত অৱস্থিত নগৰ ।
উত্তৰঃ শুদ্ধ
(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত ।
উত্তৰঃ শুদ্ধ
৩ । চমুকৈ উত্তৰ লিখাঃ
(ক) গ্রাম্য অঞ্চলৰ বৃত্তি ।
উত্তৰঃ
(খ) নগৰীয়া বসতিৰ সা – সুবিধা ।
উত্তৰঃ
(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি ?
উত্তৰঃ
(ঘ) মেগা’পলিছ কাক বোলে ?
উত্তৰঃ
৪ । নগৰৰ সা – সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা ।
উত্তৰঃ
৫ । ভূ – চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা ।
উত্তৰ-
৬ । তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অহর্তা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত | জড়িত তাৰ জৰীপ কৰি এখন প্রতিবেদন প্রস্তুত কৰা ।
উত্তৰঃ