প্ৰত্যাহবান
১) পাঠটোৰ তিনিওটা খণ্ড মনোযোগৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ।
(ক) সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল?
উত্তৰঃ
(খ) বিদ্যালয়ত নাম ভতি কৰোঁতে প্ৰিন্সি গগৈৰে কি সমস্যাৰ সন্মখীন হৈছিল ?
উত্তৰঃ
(গ) পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?
উত্তৰঃ
(ঘ) দুঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ?
উত্তৰঃ
(ঙ) সংগ্ৰামজ্যোতিয়ে কত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল?
উত্তৰঃ
(চ) সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদশী?
উত্তৰঃ
(ছ) আপোনাৰ দৰে মোৰো দুখন হাত আছিল- কবিতাটি কোনে ৰচনা কৰিছিল?
উত্তৰঃ
উত্তৰ লিখা।
২) (ক) কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল ?
উত্তৰঃ
(খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাঁৰো ।
– ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বাচাৰিছে ?
উত্তৰঃ
৩) সংগ্ৰামজ্যোতিয়ে বণময় আৰু প্ৰাণৱন্ত ৰুপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অজন কৰিলে সেই বিষয়ে লিখা।
উত্তৰঃ
৪) বিপৰীতাথক শব্দ লিখা এন্ধাৰ- পোহৰ ।সফল- অসফল ।স্বাভাৱিক অস্ৱাভাৱিক ।জাগ্ৰতঅমংগলসক্ষম আনুষ্ঠানিক
উত্তৰঃ
৫) যুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা ।
উত্তৰঃ
৬) বাক্য ৰচনা কৰা ।আনুষ্ঠানিকগতিপথপ্ৰচেষ্টা যন্ত্ৰণা কতব্যপ্ৰশংসা
উত্তৰঃ
৭) আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজায় লিখা ।
উত্তৰঃ
৮) বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা লিখা ।
উত্তৰঃ
৯) ধৰা, তোমাৰ বিদ্যালয়ত ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পযায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে । তেওঁৰএই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাতকাৰ কেনেকৈ লবা তাৰে এটা আহিক প্ৰস্তত কৰা ।
উত্তৰঃ
১০) শিক্ষা-দিক্ষা , খেলা-ধুলা , সৃষ্টিশীল সাহিত্য, ছবি অঁকা আদিত পাৰদশিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা।
উত্তৰঃ
TYPE^__জ্যোতিষ কাকতি Jyotish kakati