নোকোৱাৰ পৰিণাম
৩) উত্তৰ দিয়া ।
(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল?
উত্তৰঃ- হুনমিলি , শৈলহতেঁ মালা গাঁঠী ছাৰ, বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ ফুল বুটলিছিল ।
(খ) চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জিপাল ! কথাষাৰি কোনে কাক কৈছিল?
উত্তৰঃ– এই কথাষাৰ মালতীয়ে হুনমিলিক কৈছিল ।
(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?
উত্তৰঃ- সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটো গাইছিল ।
(ঘ) নাচি থাকোঁতে কোন মূচ্ছা গৈছিল?
উত্তৰঃ- নাচি থাকোতেঁ শৈলবালা মূচ্ছা গৈছিল ।
(ঙ) শৈলবালাই ভুগি থকা বেমাৰ টোৰনাম কি?উত্তৰঃ- শৈলবালাই ভুগি থকা বেমাৰ টোৰনাম মৃগী ।
(চ) সময় টিকনিডাল হেনো আগফালে উৰে- এই বাক্যশাৰী কোনে, কি প্ৰসংগত কৈছিল?
উত্তৰঃ- এই কথাষাৰ হুনমিলিয়ে শৈলবালাক কৈছিল ।
৪) প্ৰসংগ-সংগতি দশাই ব্যাখ্যা কৰা।
কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সবনাশৰ মূল।
৫) মালতীয়ে শৈলবালক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল।
উত্তৰঃ-
৭) তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱাঃ
মাৰা
ভায়েৰ
ভনীয়েৰা
খুড়ীয়েকক
৮) বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিদিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা।
ক খ
পাণ গৰাকী
বহী জনী
লৰা খিলা
ছোৱালী খন
মহীলা টো
উঃ পাণ – খীলা
বহী – খন
লৰা – টো
ছোৱালী – জনী
মহীলা – গৰাকী
৯। ‘চোৱাচোন ! ফুলবোৰ কিমান সতেজ আৰু জীপাল !’- এই বাক্যটিত থকা ‘জীপাল’ শব্দটো জীপ শব্দটো লগত – ‘আল’ প্ৰত্যয় যোগ হৈ ‘জীপাল’শব্দ গঠিত হৈছে।তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা-
ৰস + আল = ৰসাল
ভয় + আল = ভয়ল
উম + আল = উমাল
খং + আল = খঙাল
TYPE^__জ্যোতিষ কাকতি Jyotish kakati