কয়লা আৰু পেট্ৰ’লিয়াম
১) চি.এন .জি আৰু এল . পি . জি.ক ইন্ধন হিচাপে ব্য়বহাৰ কৰা সুবিধাসনূহ কি কি?
উত্তৰ ঃ
২) ৰাস্তা বনাওতে ওপৰত ব্য়বহাৰ কৰা পেট্ৰ’লজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰ ঃ
৩) মৃত গছ -গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা। এই প্ৰক্ৰিয়াৰটোৰ নাম কি ?
উত্তৰ ঃ
৪) খালী ঠাই পূৰ কৰা।
(ক) কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্মইন্ধন।
(খ) পেট্ৰলিয়াম উংপাদন পূথকীৰণ প্ৰক্ৰিয়াটোৰক শোধন বোলা হয়।
(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান -বাহন ইন্ধন হ’ল CNG ( সংকুচিত প্ৰাকৃতিক গেছ )।
৫)তলত দিয়া উক্তিসমূহৰ শুদ্ধ (শু) অশুদ্ধ (অ) চিহ্নিত কৰা ।
(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তত কৰিব পাৰি ।
উত্তৰঃ অশুদ্ধ
(খ) পেট্ৰলিয়াম চি . এন .জি. বেছি প্ৰদূষক ইন্ধন ।
উত্তৰঃ অশুদ্ধ।
(গ) ক’ক হৈছে কাৰ্বণৰ প্ৰায় বিশুদ্ধ ৰূপ ।
উত্তৰঃ শুদ্ধ ‘
(ঘ) আলকতৰা হৈছৈ বিভিন্ন উংপাদনৰ এটা মিশ্ৰণ ।
উত্তৰঃ শুদ্ধ
(ঙ) কেৰাচিন জীৱাশ্ম ইন্ধন নহয় ।
উত্তৰঃ অশুদ্ধ
৬) জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ।
উত্তৰ ঃ
৭) ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা ।
উত্তৰ ঃ
৮) কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ’লিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা ।
উত্তৰ ঃ