অসমৰ ভূগোল
অনুশীলনী
১। অসমৰ মাটিকালি , জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা ।
উত্তৰঃ
২। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ
৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্রেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে ?
উত্তৰঃ
৪। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ
৫। ভৌগােলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা ।
উত্তৰঃ
৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা ।
উত্তৰঃ
৮। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
৯। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্রমে উল্লেখ কৰা ।
উত্তৰঃ
১০। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা ।
উত্তৰঃ
১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা ।
উত্তৰ
১২। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা ।
উত্তৰঃ
১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
১৪। সম্পদ বুলিলে কি বুজায় ? অসমৰ প্রধান প্রাকৃতিক সম্পদবােৰ কি কি ?
উত্তৰঃ
১৫। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা ।
উত্তৰঃ
১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
১৭। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি ?
উত্তৰঃ
১৮। বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে ?
উত্তৰঃ
১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা ( সমস্যা নে সম্পদ ? আলােচনা কৰা ।
উত্তৰঃ
২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে ?
উত্তৰঃ
২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
২২। অসমৰ কৃষি – জলবায়বীয় অঞ্চলকেইটা কি কি ? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ
২৩। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
২৪। ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে ?
উত্তৰঃ
২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ?
উত্তৰঃ
২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ কি কি ?
উত্তৰঃ
২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায় ? উদাহৰণ দি বুজাই লিখা । .
উত্তৰঃ
২৯। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবােৰ কি কি ?
উত্তৰঃ
৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৩১। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা ? .
উত্তৰঃ
৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যাবােৰ উল্লেখ কৰা ।
উত্তৰঃ
৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা ।
উত্তৰঃ
৩৪। অসমৰ গৰ্যটন উদ্যোগৰ সমস্যাৰােৰ উল্লেখ কৰা ।
উত্তৰঃ
৩৫। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি ?
উত্তৰঃ