Month: July 2021

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল । Lesson 4 | Class 10 Elective Subject Geography Chapter 4 Solutioon Assam | SEBA Class 10 El. Geography Question and Answer | Assamese Medium Class 10 Elective Subject Geography Answer |

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল ১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগােলিক বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড ২৫˚ উত্তৰৰ পৰা ৪৩˚ উত্তৰ অক্ষাংশ আৰু ৬৬˚ পশ্চিমৰ পৰা ১২৫˚ পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত ǀআমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত ǀ এই দেশখনৰ উত্তৰে কানাডা,পূবে আটলাণ্টিক মহাসাগৰ ,দক্ষিণে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ…

Read the full article

আঞ্চলিক ভূগোল । Chapter3 | SEBA Class 10 Geography Lesson 3 Question and Answer | Assamese Medium Class 10 Geography Solution | Geography Class 10 Lesson 3 Answer Assam | Class 10 Geography | দশম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৩ আঞ্চলিক ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

তৃতীয় অধ্যায় আঞ্চলিক ভূগোল ১) অঞ্চল বুলিলে কি বুজা ? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা ǀ উত্তৰঃ সাধাৰণ অৰ্থত ‘অঞ্চল’ শব্দটো সকলোৱে ব্যৱহাৰ কৰে যদিও ভূগোলত ইয়াৰ অৰ্থ আৰু অন্তনিৰ্হিত ধাৰণা কিছু সুকীয়া। আধুনিক ভূগোলৰ বিকাশৰ আৰম্ভনিৰে পৰা অঞ্চল সম্বন্ধীয় ধাৰণা আৰু তাৰ লগত জড়িত বিতৰ্কই ভূগোল বিষয়ক চিন্তা-চৰ্চাক জাগ্ৰত কৰি ৰাখিছে বুলি…

Read the full article

ভূ-আকৃতিৰ প্ৰক্ৰিয়া । Lesson 1 | Chapter 1 | Class 10 Elective Subject Geography Lesson 1 Question and Answer Assam | Assamese Medium Class 10 Elective Subject Geography Lesson 1 Solution | Class X Geography Lesson 1 Answer | ভূ-আকৃতিৰ প্ৰক্ৰিয়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

প্ৰথম- অধ্যায় ভূ-আকৃতিৰ প্ৰক্ৰিয়া  অনুশীলনীঃ ১ ১)স্থলাকৃতি বুলিলে কি বুজা? উত্তৰঃ পৃথিৱীৰ উপৰিভাগ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পাহাৰ- পৰ্বত, মালভূমি, নদী উপত্যকা আদি অৱয়ৱ আছে, ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ – আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। এইদৰে নানা আকাৰ-আকৃতিৰ অৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। ভূ-পৃষ্ঠৰ এই অৱয়ৱবোৰকে স্থলাকৃতি বুলি…

Read the full article