Month: July 2021

ব্যৱহাৰিক ভূগোল (খণ্ড-২) । Class 10 Elective Subject Geography Lesson 7 (Part 2 ) Question and Answer Assam | SEBA Class 10 Elective Subject Geography Solution Assam | Assamese Medium Class 10 El. Geography Lesson 7 Answer |

ব্যৱহাৰিক ভূগোল (খণ্ড-২) ১) মাপনী কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্রকৃত বা আচল দূৰত্বৰ অনুপাতেই হ’ল সেই মানচিত্ৰখনৰ স্কেল বা মাপনী ǀ মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী বা স্কে’ল তিনি ধৰণে প্ৰকাশ কৰা হয়—  ১) ভাষাৰ  স্কেল ২) নিৰূপক ভগ্নাংশ…

Read the full article

ব্যৱহাৰিক ভূগোল (খণ্ড-১) । Lesson 7 | Class 10 Elective subject Geography Chapter 7 Question and Answer Assam | SEBA Class 10 Geography Solution | Assamese Medium Class 10 Elective subject Geography Chapter 7 Solution | দশম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৭ ব্যৱহাৰিক ভূগোল (খণ্ড-১) পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

সপ্তম অধ্যায় ব্যৱহাৰিক ভূগোল (খণ্ড-১) ১) মানচিত্ৰ  কি ? ইয়াৰ প্ৰধান উপাদানবোৰৰ এখন তালিকা প্রস্তুত কৰি প্ৰত্যেকৰে চিত্ৰ আঁকি বুজাই দিয়া । উত্তৰঃ ভূপৃষ্ঠ বা ইয়াৰ কোনো এটা এংশ এখন সমতলত এক নির্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকে মানচিত্র বোলা হয়। মানচিত্রত অপৰিহাৰ্যভাৱে সন্নিবিষ্ট হোৱা উপাদান কেইটা হৈছে— (ক) মানচিত্ৰৰ নাম, (খ) মানচিত্ৰৰ সীমাৰেখা, (গ) মানচিত্ৰৰ মাপনী, (ঘ) সাংকেতিক চিহ্ন, (ঙ) দূৰত্ব, (চ) দিশ, (ছ) মাটিকালি আৰু (জ) মানচিত্রৰ আকৃতি…

Read the full article

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল । Chapter 6 | Class 10 Elective Subject Geography Lesson 6 Question and Answer | SEBA Class 10 Elective Subject Geography Chapter 6 Solution | Assamese Medium Class 10 El. Geography Lessom 6 Solution Assam | দশম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৬ ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ষষ্ঠ অধ্যায় ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল ১) ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা । উত্তৰঃ ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ ǀ এচিয়া মহাদেশৰ অন্তৰ্গত । পৃথিৱীৰ উত্তৰ গোলার্ধত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ  ǀএই দেশ বৈচিত্র্যৰে ভৰা । ইয়াৰ জলবায়ু, প্রাকৃতিক পৰিৱেশ আৰু আৰ্থ সামাজিক ভিন্নতাৰ বাবে এই বিচিত্ৰতা পৰিলক্ষিত হয়। দেশখনৰ এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ…

Read the full article

জাপানৰ আঞ্চলিক ভূগোল । Lesson 5 | Class 10 Elective Subject Geograpgy Question and Answer Assam | SEBA Class 10 El. Geography Chapter 5 Solution | Class X El. Geography Lesson 5 Answer Assam | দশম মান শ্ৰেণীৰ ভূগোল অধ্যায় ৫ জাপানৰ আঞ্চলিক ভূগোল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

জাপানৰ আঞ্চলিক ভূগোল অনুশীলনী । ১। জাপান দেশৰ ভৌগােলিক অৱস্থান সম্পর্কে লিখা । উত্তৰঃ প্ৰশান্ত মহাসাগৰত অৱস্থিত জাপান দ্বীপপুঞ্জৰ উত্তৰে চাখালিন দ্বীপ, কুৰিল দ্বীপ আৰু ওখটস্ক সাগৰ, দক্ষিণে টাইৱান আৰু পূব-চীন সাগৰ, পূবে প্ৰশান্ত মহাসাগৰ, আৰু পশ্চিমে জাপান, কোৰিয়া আৰু ৰাছিয়া সাগৰ। ই দক্ষিণে ২৪° উত্তৰৰ পৰা উত্তৰলৈ ৪৬° উত্তৰ অক্ষাংশ আৰু পশ্চিমে ১২৩° পূবৰ…

Read the full article