NTSE মানে হৈছে National Talent Search examination .
Month: April 2021
প্ৰথম শেণীত নাম ভৰ্তিৰ বাবে কিমান বছৰত শিশু এজন উপযুক্ত হয় ?
প্ৰথম শেণীত নাম ভৰ্তিৰ বাবে ৬ ( ছয় ) বছৰত শিশু এজন উপযুক্ত হয় ।
নেশ্বনেল চেন্টাৰ ফৰ এগ্ৰিকালচাৰেল ইক’নমি এণ্ড পলিচি ৰিছাৰ্চ ক’ত আছে ?
নেশ্বনেল চেন্টাৰ ফৰ এগ্ৰিকালচাৰেল ইক’নমি এণ্ড পলিচি ৰিচাৰ্চ নতুন দিল্লীত আছে ।