‘ফাৰ্মুলা নং ৱান’ কাৰ ৰেচ খেলৰ এটি প্ৰতিযোগিতা ।
Month: April 2021
বৰ্তমান বিশ্ব দবাখেলৰ চেম্পিয়ন কোন ?
বৰ্তমান বিশ্ব দবাখেলৰ চেম্পিয়ন বিশ্বনাথন আনন্দ ।
অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা কোন ?
অলিম্পিকত ক্ৰীড়া প্ৰতিযোগিতাত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা কৰণাম মালেশ্বৰী ।
ভাৰতৰ প্ৰাথমিক আৰু মাধ্য়মিক শিক্ষা কোনে পৰিচলনা কৰে ?
ভাৰতৰ প্ৰাথমিক আৰু মাধ্য়মিক শিক্ষা সৰ্বশিক্ষা মিছন পৰিচলনা কৰে ।