১৯৭৫ চনৰ বিশ্বকাপ হকীত ভাৰতে পাকিস্তানক পৰাজিত কৰি চেম্পিয়ন হৈছিল ।
Month: April 2021
ভাৰতৰ প্ৰথম মহিলা মন্ত্ৰী কোন ?
ভাৰতৰ প্ৰথম মহিলা মন্ত্ৰী বিজয়লক্ষ্মী পণ্ডিত ।
ভাৰতৰ প্ৰথম আই চি এছ কোন ?
ভাৰতৰ প্ৰথম আই চি এছ সত্য়েন্দ্ৰনাথ ঠাকুৰ ।
ভাৰতৰ প্ৰথম বেঙ্ক কি ?
ভাৰতৰ প্ৰথম বেঙ্ক হ’ল বেঙ্ক অফ হিন্দুস্থান ।