ভাৰতৰ প্ৰথম বেৰিষ্টাৰ জ্ঞানেন্দ্ৰনাথ ঠাকুৰ আছিল ।
Month: April 2021
একমাত্ৰ কোন ভাৰতীয়ই আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতাত চেম্পিয়নৰ কিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল ?
একমাত্ৰ চাইনা নেহৰৱালে ভাৰতীয়ই অন্তঃৰাষ্ট্ৰীয় বেডমিন্টন প্ৰতিযোগিতাত চেম্পিয়নৰ কিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল ।
অলিম্পিকত ভাৰোত্তলনত ভাৰতহৈ ৰূপৰ পদক বিজেতা মহিলা কোন ?
অলিম্পিকত ভাৰোত্তলনত ভাৰতহৈ ৰূপৰ পদক বিজেতা মহিলা সুশিলা বিন্দ্ৰে আছিল ।
বিশ্ব সুন্দৰী নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় মহিলা কোন ?
বিশ্ব সুন্দৰী নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় মহিলা ৰীতা ফৰিয়া আছিল ।