ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আছিল ।
Month: April 2021
প্ৰথম ভাৰতীয় বিলাত যাএী কোন ?
প্ৰথম ভাৰতীয় বিলাত যাএী ৰভা ৰামমোহন ৰায় আছিল ।
নেতাজী সুভাষ নেশ্বনেল স্পৰ্টছ শিক্ষা প্ৰতিষ্ঠান ক’ত আছে ?
নেতাজী সুভাষ নেশ্বনেল স্পৰ্টছ শিক্ষা প্ৰতিষ্ঠান পাটিয়ালাত আছে ।
ভাৰতৰ প্ৰথম ভাৰতীয় বি এ কোন ?
ভাৰতৰ প্ৰথম ভাৰতীয় বি এ বঙ্কিমচন্দ্ৰ চট্টোপাধ্য়ায় আৰু যদুনাথ বসু আছিল ।