উচ্চতম ন্য়য়ালৰ প্ৰথম ভাৰতীয় মহিলা ন্য়ায়ধীশ আন্না চান্দী আছিল ।
Month: April 2021
ভাৰতৰ প্ৰথম মহিলা ৰাজ্য়পাল কোন আছিল ?
ভাৰতৰ প্ৰথম মহিলা ৰাজ্য়পাল সৰোজনী নাইডু আছিল ।
ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী কোন আছিল ?
ভাৰতৰ প্ৰথম মহাকাশ যাত্ৰী স্কোৱাড্ৰন লিডাৰ ৰাকেশ শৰ্মা আছিল ।
প্ৰথম ভাৰতীয় জাতীয় অধ্য়াপক কোন ?
প্ৰথম ভাৰতীয় জাতীয় অধ্য়াপক ডঃ চি ভি ৰমন আছিল ।