দবা খেল বিশ্বৰ ভিতৰত ভাৰতবৰ্ষত প্ৰথমে আৰম্ভ হৈছিল ।
Month: April 2021
বিশ্ব এমেশ্বাৰ ব্ৰিলিয়াড চেম্পিয়নশ্বিপ জয়লাভ কৰা প্ৰথম ভাৰতীয় জনৰ নাম কি আছিল ?
বিশ্ব এমেশ্বাৰ ব্ৰিলিয়াড চেম্পিয়নশ্বিপ জয়লাভ কৰা প্ৰথম ভাৰতীয় জনৰ নাম উইলছন জ’নছ আছিল ।
ভাৰতৰ প্ৰথম প্ৰিভি কাউন্সিলাৰ কোন আছিল ?
ভাৰতৰ প্ৰথম পিভি কাউন্সিলাৰ চৈয়দ আমিৰ আলি আছিল ।
সন্মিলিত ৰাষ্ট্ৰসংঘৰ প্ৰথম মহিলা সভাপতি আৰু প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত কোন আছিল ?
সন্মিলিত ৰাষ্ট্ৰসংঘৰ প্ৰথম মহিলা সভাপতি আৰু প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিত আছিল ।