লেনিন শান্তি বঁটা লাভ কৰা প্ৰথম ভাৰতীয় জন হৈছে চাইফুদ্দিন কিচলু ।
Month: April 2021
ভাৰতৰ ২০১০ চনত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ্ কিমানসংখ্য়ক খেল ?
২০১০ চনত ভাৰতত ১৯ তম কমনৱেলথ গেমছ্ অনুষ্ঠিত হৈছিল ।
ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজগোপালচাৰী আছিল ।
উচ্চতম ন্য়ায়ালয়ৰ প্ৰথম ভাৰতীয় মুখ্য় ন্য়ায়াধীশ কোন আছিল ?
উচ্চতম ন্য়ায়লয়ৰ প্ৰথম ভাৰতীয় মুথ্য় ন্য়ায়াধীশ হৰিলাল কানিয়া আছিল ।