বায়ুসেনা বাহিনীৰ প্ৰশাসনীয় মহাবিদ্য়লয় কইম্বাটুৰত আছে ।
Month: April 2021
ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি ?
ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম ডুৰাণ্ড কাপ আছিল ।
কেমব্ৰিজ বিশ্ববিদ্য়লয়ৰ প্ৰথম ভাৰতীয় ৰেংগলাৰ কোন ?
কেমব্ৰিজ বিশ্ববিদ্য়লয়ৰ প্ৰথম ভাৰতীয় ৰেংগলাৰ আন্দমোহন বসু আছিল ।
ব্ৰিটিছ পাৰ্লিয়য়ামেন্টৰ প্ৰথম ভাৰতীয় সদস্য় কোন ?
ব্ৰিটিছ পিৰ্লিয়ামেন্টৰ প্ৰথম ভাৰতীয় সদস্য় দাদাভাই নৌৰজি ।