কুৰুক্ষেএ মহাসমৰৰ সময়ত আৰম্ভ হোৱা ভাৰতীয় খেলবিধৰ নাম কাবাদি আছিল ।
Month: April 2021
IFA মানে কি ?
IFA হৈছে India Football Association.
মিলখা সিঙে কোন চনত অলিম্পিকৰ ৮০০ মি. দৌৰত বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ পাছতো মেডেল লাভ কৰিবলে সক্ষম নহ’ল ?
মিলাখা সিঙে ১৯৬০ চনত অলিম্পিকৰ ৮০০ মি. দৌৰত বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ পাছতো মেডেল লাভ কৰিবলৈ সক্ষম নহ’ল ।
বুৰঞ্জীৰ জনক কোনে ?
বুৰঞ্জীৰ জনক হিৰড’টাচ আছিল ।