ভাৰতৰ আটাইতকৈ বেছি আসনযুক্ত ষ্টেডিয়াখনৰ নাম যুৱ ভাৰতী ষ্টেডিয়াম বা ছল্ট লেক ষ্টেডিয়াম ।
Month: April 2021
কোন ভাৰতীয়ই ডব্লিও . টি প্ৰতিযোগিতাত বিশ্ব চেম্পিয়ন হৈছিল ?
ছানিয়া মিৰ্জাই ভাৰতীয় ডব্লিও. টি প্ৰতিযোগিতাত বিশ্ব চেম্পিয়ন হৈছল ।
কোন চনত প্ৰথম ভাৰতীয় মহিলা এথলিটে অলিম্পিকত যোগদান কৰিছিল ?
১৯৫২ চনত প্ৰথম ভাৰতীয় মহিলা এথলিটে অলিম্পিকত যোগদান কৰিছিল ।
‘মুকানা’ ভাৰতৰ কোন ৰাজ্য়ৰ বিশেষ এবিধ মল্ল যুঁজ ?
‘মুকানা’ ভাৰতৰ মণিপুৰ ৰাজ্য়ৰ বিশেষ এবিধ মল্ল যুঁজ ।