ভাৰতৰ ২৪ মুক্ত কাৰাগাৰ আছে ।
Month: April 2021
প্ৰথম ভাৰতীয় ইঞ্জিনিয়াৰ কোন ?
প্ৰথম ভাৰতীয় ইঞ্জিনিয়াৰ নিলমণি মিত্ৰ আছিল ।
অলিম্পিকত বক্সি শাশাত খেলা অসমৰ প্ৰথম খেলুৱৈজন কোন ?
অলিম্পিকত বক্সি শাশাত খেলা অসমৰ প্ৰথম খেলুৱৈজন শিৱ থাপা আছিল ।
বিশ্ব ফুটবল ফিফাৰ ৰেংক অনুসৰি ভাৰতৰ স্থান কিমান ?
বিশ্ব ফুটবল ফিফাৰ ৰেংক অনুসৰি ভাৰতৰ স্থন ১৪৬ তম ।