ভাৰতীয় জাতীয় কংগেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল আছিল ।
Month: April 2021
ভাৰতৰ প্ৰথমে কেতিয়া টেলিফোন সেৱা প্ৰৱৰ্তন হয় ?
ভাৰতৰ প্ৰথমে ইং ১৮৮১ চনত টেলিফোন সেৱা প্ৰৱৰ্তন হয় ।
ভাৰতৰ প্ৰথম মুখ্য় নিৰ্বাচন আয়ুক্ত কোন আছিল ?
ভাৰতৰ প্ৰথম মুখ্য় নিৰ্বাচন আয়ুক্ত সুকুমাৰ সেন আছিল ।
ভাৰতৰ সেনাবাহিনীৰ প্ৰথম অধ্য়ক্ষ কোন আছিল ?
ভাৰতৰ সেনাবাহিনীৰ প্ৰথম অধ্য়ক্ষ ফিল্ড মাৰ্শ্বাল কেৰিয়াপ্পা আছিল ।