ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলাৰ নাম আৰতি সাহো ( গুপ্তা ) আছিল ।
Month: April 2021
কোন ভাৰতীয়ই প্ৰথমে অক্সফ’ৰ্ড বিশ্ববিজ্য়ালয়ত অধ্য়াপনা কৰে ?
সৰ্বপল্লী ৰাধাকৃষ্ণই প্ৰথম ভাৰতত অক্সফ’ৰ্ড বিশ্ববিদ্য়ালয়ত অধ্য়াপনা কৰে ।
ভাৰতৰ লোকসভাৰ প্ৰথম অধ্য়ক্ষ কোন আছিল ?
ভাৰতৰ লোকসভাৰ প্ৰথম অধ্য়ক্ষ জি ভি মাৱলঙ্কাৰ আছিল ।
প্ৰথম ভাৰতীয় মহিলা আই পি এছ কোন ?
প্ৰথম ভাৰতীয় মহিলা আই পি এছ কিৰণ বেদী আছিল ।