প্ৰথম ভাৰতীয় মহিলা বিমান চালিকা প্ৰেম মাথুৰ আছিল ।
Month: April 2021
ভাৰতৰ প্ৰথম ‘মিষ্টাৰ ইউনিভাৰ্চ’ কোন ?
ভাৰতৰ প্ৰথম ‘মিষ্টাৰ ইউনিভাৰ্চ’ মনতোষ ৰায় আছিল ।
কোন খেলুৱৈয়ে ২০০৮ বেইজিং অলিম্পিক খেলত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল ?
বীজেন্দ্ৰ সিঙে ২০০৮ বেইজিং অলিম্পিক খেলত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল ।
প্ৰথম কোন ভাৰতীয় মহিলাই ৪০০ মি দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল ?
প্ৰথম কমলজিৎ সিং সান্ধু ভাৰতীয় মহিলাই ৪০০ মি দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল ।