ভাৰতৰ মুঠ কেইখন মহানগৰ আছে ? Posted on 25/04/202125/04/2021 by Puspa Kakati ভাৰতৰ মুঠ ৩৩ খন মহানগৰ আছে ।
বৰ্তমান ভাৰতৰ অঙ্গৰাজ্য় কেইখন ? Posted on 25/04/202125/04/2021 by Puspa Kakati বৰ্তমান ভাৰতৰ অঙ্গৰাজ্য় ২৯ খন ।
ভাৰতবৰ্ষৰ বৃহত্তম সংগ্ৰহালয় কি ? Posted on 25/04/202125/04/2021 by Puspa Kakati ভাৰতবৰ্ষৰ বৃহত্তম সংগ্ৰহালয়টোৰ নাম হৈছে ইণ্ডিয়ান মিউজিয়াম ।
ভাৰতৰ উচ্চতম তোৰণটোৰ নাম কি ? Posted on 25/04/202125/04/2021 by Puspa Kakati ভাৰতৰ উচ্চতম তোৰণটোৰ নাম হৈছে বুলন্দদৰৱাজা ।