‘কেন্দ্ৰীয় আইন সভাৰ’ প্ৰথম ভাৰতীয় সভাপতিজনৰ নাম হৈছে ইব্ৰাহীম ৰহমতুল্লা ।
Month: April 2021
আটাইতকৈ কম বয়সত মুখ্য়মন্ত্ৰী হোৱা ভাৰতীয় কোন ?
আটাইতকৈ কম বয়সত মুখ্য়মন্ত্ৰী হোৱা ভাৰতীয়জনৰ নাম হৈছে প্ৰফুল্ল কুমাৰ মহন্ত ।
ভাৰতৰ নৌ বাহিনীৰ প্ৰথম অধীনায়ক কোন ?
ভাৰতৰ নৌ বাহিনীৰ প্ৰথম অধীনায়ক ভাইচ এডমিৰেল আৰ ডি কটাৰী ।
প্ৰথম ভাৰতীয় মহিলা ইঞ্জিনিয়াৰ কোন ?
প্ৰথম ভাৰতীয় মহিলা ইঞ্জিনিয়াৰ ইলা মজুমদাৰ আছিল ।