ভাৰতবৰ্ষত ১৯৬০ চনত প্ৰথম অৰ্জুন পুৰষ্কাৰ ঘোষনা কৰা হৈছিল ।
Month: April 2021
ইণ্ডিয়াৰ এয়াৰ লাইনচ্ৰ প্ৰথম মহিলা বিমান চালিকা কোন ?
ইণ্ডিয়াৰ এয়াৰ লাইনচ্ৰ প্ৰথম মহিলা বিমান চালিকা দুৰ্বা বেনাৰ্জী আছিল ।
ভাৰতৰ প্ৰথম মহিলা মুখ্য় মন্ত্ৰী কোন ?
ভাৰতৰ প্ৰথম মহিলা মুখ্য় মন্ত্ৰী সুচেতা কৃপালনী আছিল ।
এভাৰেষ্ট শৃঙ্গ বিজয়ী প্ৰথম ভাৰতীয় কোন ?
এভাৰেষ্ট শৃঙ্গ বিজয়ী প্ৰথম ভাৰতীয়জনৰ নাম হৈছে টেনজিং নৰগে ।