‘ফেলা অৱ দি ৰয়েল ছোচাইটি’ লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম হৈছে শ্ৰীনিবাস ৰামানুজন ।
Month: April 2021
পশ্চিম বংগৰ লোকসভাৰ সবাতোকৈ উৎসাহ উদ্দীপানাৰে পালন কৰা উৎসৱটোৰ নাম কি ?
পশ্চিম বংগৰ লোকসভাৰ সবাতোকৈ উৎসাহ উদ্দীপানাৰে পালন কৰা উৎসৱটোৰ নাম হৈছে দুৰ্গা পুজা ।
ছাইলেন্ট ভেলি উদ্য়ান ক’ত আছে ?
ছাইলেন্ট ভেলি উদ্য়ান কেৰেলাত আছে ।
ভাৰতত ১৯৮২ চনত অনুষ্ঠিত হোৱা এছিয়াড কিমানতম এছিয়াড আছিল ?
ভাৰতত ১৯৮২ চনত অনুষ্ঠিত হোৱা এছিয়াড নৱম এছিয়াড আছিল ।