ভৰতৰ ২৫টা বিষেশ কাৰাগাৰ আছে ।
Month: April 2021
কোন ভাৰতীয়ই প্ৰথমে মেগচেচে বঁটা লাভ কৰে ?
আচাৰ্য বিনোৱাভাবে প্ৰথমে মেগচেচে বঁটা লাভ কৰে ।
ভাৰতৰ প্ৰথম ‘মিছ ইনিনিৰ্ভাচ’কোন ?
ভাৰতৰ প্ৰথম ‘মিছ ইনিনিৰ্ভাচ’ সুস্মিতা সেন আছিল ।
এয়াৰ ইণ্ডিয়াৰ প্ৰথম মহিলা বিমান চালিকা কোন ?
এয়াৰ ইণ্ডিয়াৰ প্ৰথম মহিলা বিমান চালিকা হৰপ্ৰীত আহলুৱালিয়া আছিল ।