কেইলি ৰাষ্ট্ৰীয় উদ্য়ানৰ বৰ্তমানৰ নাম হৈছে কৰবেট ৰাষ্ট্ৰীয় উদ্য়ান আৰু বৰুতমান উত্তৰাঞ্চল ৰাজ্য়ত অৱস্থিত ।
Month: April 2021
পাহৰীয়া পৰ্যটন কেন্দ্ৰবোৰৰ ভিতৰত ৰাণী বুলি কোৱা হয়, ঠাইখনৰ নাম কি ?
পাহৰীয়া পৰ্যটন কেন্দ্ৰবোৰৰ ভিতৰত ৰাণী বুলি কোৱা হয়, ঠাইখনৰ নাম হৈছে মুচৌৰি ।
ভাৰতত কিমানখন বনাঞ্চল বাঘ্ৰপ্ৰকল্পৰূপে সংৰক্ষিত ?
ভাৰতত ৪১ খন বনাঞ্চল বাঘ্ৰপ্ৰকল্পৰূপে সংৰক্ষিত আছে ।
উত্তৰ-পুৰ্বাঞ্চলৰ কোন কোন বনাঞ্চল ব্য়াঘ্ৰ প্ৰকল্প হিচাপে সংৰক্ষিত ?
উত্তৰ-পুৰ্বাঞ্চলৰ মানাহ, কাজিৰঙা, আৰু নামেৰী বনাঞ্চল ব্য়াঘ্ৰ প্ৰকল্প হিচাপে সংৰক্ষিত আছে ।