ভাৰতৰ মহাকাশ অভিযান উদ্দেশ্য় আছিল উপগ্ৰহ যোগাযোগ আৰু সম্পদৰ সন্ধান ।
Month: April 2021
IIM মানে কি ?
IIM মানে হৈছে Indian Institute of Management .
গিৰ ৰাষ্ট্ৰীয় উদ্য়ান কোন ৰাজ্য়ত অৱস্থিত ?
গিৰ ৰাষ্ট্ৰীয় উদ্য়ান গুজৰাট ৰাজ্য়ত অৱস্থিত ।
পাঞ্জাবৰ এখন ঠাইত বিশ্ব মানৰ ফুটবল তৈয়াৰ কৰা হয়, ঠাইখনৰ নাম কি ?
পাঞ্জাবৰ এখন ঠাইত বিশ্ব মানৰ ফুটবল তৈয়াৰ কৰা হয়, ঠাইখনৰ নাম হৈছে লুধিয়ানা ।