ভাৰতৰ কেৰেলা ৰাজ্য়ৰ সৈতে কথাকলি নৃত্য় জড়িত ।
Month: April 2021
উৰিষ্য়া ৰাজ্য়ৰ কোন ঠাই ৰথ যাত্ৰাৰ বাবে প্ৰসিদ্ধ ?
উৰিষিয়াৰ ৰাজ্য়ৰ পুৰী ঠাই ৰথ যাত্ৰাৰ বাবে প্ৰসিদ্ধ ।
ভাৰতৰ ৰাষ্ট্ৰীয় কংগুৰেছৰ প্ৰথম অধিবেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?
ভাৰতৰ ৰাষ্ট্ৰীয় কংগুৰেছৰ প্ৰথম অধিবেশন ইং ১৮৮৫ চনত আৰু মুম্বাইত অনুষ্ঠিত হৈছিল ।
চিৰি (খট্খটী)ৰ পৰা বিাগৰি পৰি ভাৰতৰ কোন সম্ৰাটে পৰলোক গমন কৰে ?
চিৰি (খট্খটী)ৰ পৰা বিাগৰি পৰি ভাৰতৰ হুমায়ুন সম্ৰাটে পৰলোক গমন কৰে ।