ভাৰতৰ বেংগালুৰু চহৰক চিলিকন ভেলী বুলিও জনা জায় ।
Month: April 2021
গুজৰাট ৰাজ্য়ৰ কোনখন চহৰ হীৰা কটা উদ্যোৰ বাবে জনাজাত ?
গুজৰাট ৰাজ্য়ৰ চুৰাট চহৰ হীৰা কটা উদ্যোৰ বাবে জনাজাত ।
ভাৰতৰ দীৰ্ঘতম পথ দলং কোনখন ?
ভাৰতৰ দীৰ্ঘতম পথ দলং মংহাত্মা গান্ধী সেতু ।
ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অবৱাহিকা কোনখন নদীত আছে ?
ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অবৱাহিকা গোদাবৰী নদীত আছে ।