তাডোৱা ৰাষ্ট্ৰীয় উদ্য়ান গুজৰাটত অৱস্থিত ।
Month: April 2021
ভাৰতত কেইতা জিলা কাৰাগাৰ আছে ?
ভাৰতত ৩০৯ টা জিলা কাৰাগাৰ আছে ।
ভাৰতত কেইতা মহিলা কাৰাগাৰ আছে ?
ভাৰতত ১৬ টা মহিলা কাৰাগাৰ আছে ।
মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই ঠাইজোখৰ কিমানটা দ্বীপ লগ লাগি গঠিত হৈছে ?
মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই ঠাইজোখৰ সাতটা দ্বীপ লগ লাগি গঠিত হৈছে ।