মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য়খনৰ নাম হৈছে গোৱা ।
Month: April 2021
শিৱমুদ্ৰম জলপ্ৰপাত ক’ত অৱস্থিত ?
শিৱমুদ্ৰম জলপ্ৰপাত কাবেৰী নদীত অৱস্থিত ।
ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেডালৰ নাম কি ?
ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা ।
বিশ্ব ঐতিহ ক্ষেত্ৰ হিচাপে চিহ্নত এখন সংৰক্ষিত বনাঞ্চলৰ নাম ?
বিশ্ব ঐতিহ ক্ষেত্ৰ হিচাপে চিহ্নত এখন সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে কাজিৰঙা ।