ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম হৈছে নাৰকোণ্ডম আৰু বেৰেণ ।
Month: April 2021
ভৌগোলিক ইতিহায়মতে ভাৰতবৰ্ষৰ প্ৰাচীনতম পৰ্বমালাৰ নাম কি ?
ভৌগোলিক ইতিহায়মতে ভাৰতবৰ্ষৰ প্ৰাচীনতম পৰ্বমালাৰ নাম হৈছে আৰৱালী ।
উত্তৰ প্ৰদেশৰ মাজেদি বৈ যোৱা কোনখন নদীক ‘মুক্তিদায়িনী’আৰু পবিএ নদী’ বুলি জনা যায় ?
উত্তৰ প্ৰদেশৰ মাজেদি বৈ যোৱা গঙ্গা নদীক ‘মুক্তিদায়িনী’আৰু পবিএ নদী’ বুলি জনা যায় ।
ভাৰতবৰ্ষত বীমা ব্য়ৱাসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি ?
ভাৰতবৰ্ষত বীমা ব্য়ৱাসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম হৈছে ইঞ্চিউৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথ’ৰিটি ।