ৰেড্ফ’ট বা লালকিল্লা দিল্লীত আছে ।
Month: April 2021
ভাৰতৰ সকলোতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি ?
ভাৰতৰ সকলোতকৈ ডাঙৰ লুণীয়া পানীৰ হ্ৰদটোৰ নাম হৈছে চিল্কা হ্ৰদ ।
আন্দামান দীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?
আন্দামান দীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম হৈছে ম্য়ানমাৰ ।
কাঞ্চীপুৰাম ঠাইডোখৰ কোনখন ৰাজ্য়ত অৱস্থিত ?
কাঞ্চীপুৰাম ঠাইডোখৰ তামিলাডু ৰাজ্য়ত অৱস্থিত ।