নেতাজীৰ ‘আজাদ হিন্দু ফৌজ’ৰ তিনিগৰাকী বিশিষ্ট পদাধিকাৰীৰ নাম হৈছে কেপ্টেইন শ্বাহনাৱাজ খান, কেপ্টইন পি কে চাইগল আৰু লেফটেনেন্ট গুৰুবক্স সিংহ ধিলন ।
Month: April 2021
ঐতিহাসিক কীৰ্তিচিহ্ন থকা দুখন ঐতিহ্য় ক্ষেত্ৰৰ নাম কি ?
ঐতিহাসিক কীৰ্তিচিহ্ন থকা দুখন ঐতিহ্য় ক্ষেত্ৰৰ নাম হৈছে কুটুব মিনাৰ, দিল্লী আৰু বুদ্ধ স্তুপ, বুদ্ধগয়া ।
নামদফা ৰাষ্ট্ৰীয় উদ্য়ান কোন ৰাজ্য়ত অৱস্থিত ?
নামদফা ৰাষ্ট্ৰীয় উদ্য়ান অৰুণাচল প্ৰদেশ ৰাজ্য়ত অৱস্থিত ।
কেইবুল লামজৌ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্য়ান কোন ৰাজ্য়ত অৱস্থিত ?
কেইবুল লামজৌ ওপঙি থকা ৰাষ্ট্ৰীয় উদ্য়ান মণিপুৰ ৰাজ্য়ত অৱস্থিত ।