দাৰ্জিলিং চহৰৰ টাইগাৰ হিলৰপৰা কাঞ্চনজংঘা শৃংগ স্পষ্ট ৰূপত চাব পাৰি কাৰণে বিখ্য়াত ।
Month: April 2021
‘স্বাধীনতা আমাৰ জন্মসিন্ধ অধিকাৰ’ এই কথাষাৰ কোনে কৈছিল ?
‘স্বাধীনতা আমাৰ জন্মসিন্ধ অধিকাৰ’ এই কথাষাৰ বাল গঙ্গাধৰ তিলকে কৈছিল ।
গদৰ পাৰ্টি কেতিয়া স্থাপন হৈছিল ? গদৰ পাৰ্টিৰ দুজন প্ৰধান নেতাৰ নাম লিখা ?
গদৰ পাৰ্টি ইং ১৯৩১ চনত স্থাপন হৈছিল । গদৰ পাৰ্টি দুজন প্ৰধান নাম হল মহম্মদ বৰতুল্লা আৰু ভাই পৰমানন্দ ।
ইং ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত থকা মোগল সম্ৰাটগৰাকীৰ নাম কি ?
ইং ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত থকা মোগল সম্ৰাটগৰাকীৰ নাম হৈছে বাহাদুৰ শ্বাহ জাফৰ ।