ৰাজস্থানৰ উদয়পুৰ চহৰক পূবৰ ভেনিচ বুলি কোৱা হয় ।
Month: April 2021
দুধোৱা ৰাষ্ট্ৰয় উদ্য়ান কোন ৰাজ্য়ত অৱস্থিত ?
দুধোৱা ৰাষ্ট্ৰয় উদ্য়ান উত্তৰ প্ৰদেশ ৰাজ্য়ত অৱস্থিত ।
ভাৰতৰ কেইতা মুক্ত কাৰাগাৰ আছে ?
ভাৰতৰল ২৮ টা মুক্ত কাৰগাৰ আছে ।
ভাৰতৰ ব’ৰষ্টল স্কুল কেইখন আছে ?
ভাৰতৰ ব’ৰষ্টল স্কুল ১০ খন আছে ।