প্ৰথম ভাৰতীয় মহিলা পেৰাট্ৰুপাৰ ড° গীতা ঘোষ আছিল ।
Month: April 2021
ভাৰতত কেইতা উপ (চাব) কাৰাগাৰ আছে ?
ভাৰতত ৭৬৯ টা উপ (চাব) কাৰাগাৰ আছে ।
ভাৰতৰ বায়ুয়েনা বাহিনীৰ প্ৰথম অধিনায়ক কোন ?
ভাৰতৰ বায়ুসেনা বাহিনীৰ প্ৰথম অধিনায়ক আছিল এয়াৰ মাৰ্শ্বাল সুব্ৰত মুখৰ্জী ।
ভাৰতৰ কোন ঠাইত এক অৰ্থত ভগৱানৰ প্ৰৱেশ পথ বুলি ক’ব পাৰি ?
ভাৰতৰ হৰিদ্বাৰ ঠাইত এক অৰ্থত ভগৱানৰ প্ৰৱেশ পথ বুলি ক’ব পাৰি ।