মানস অভয়াৰণ্য় এশিঙীয়া গঁড় আৰু বাঘৰ বাবে বিখ্য়াত ।
Month: April 2021
ভাৰতৰ কোনখন নগৰক কুইন অব আৰব সাগৰ বুলি কোৱা হয় ?
ভাৰতৰ কেৰেলা ৰাজ্য়ৰ কুচি নগৰক কুইন অব আৰব সাগৰ বুলি কোৱা হয় ।
ভাৰতৰ এখন ঠাইক প্ৰাচ্য়ৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়, ঠাইখনৰ নাম কি ?
ভাৰতৰ এখন ঠাইক প্ৰাচ্য়ৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়, ঠাইখনৰ নাম হৈছে কহিমা ।
ফেশ্বন কেপিটেল অব নৰ্থ-ইষ্ট ইণ্ডিয়া কাক বোলে ?
ফেশ্বন কেপিটেল অব নৰ্থ-ইষ্ট ইণ্ডিয়া শ্বিলংক বোলে ।