ভাৰতৰ অন্য়ান্য় ( ওপৰত উল্লেখ নকৰা )বিধৰ ৬ খন কাৰাগাৰ আছে ।
Month: April 2021
পি.টি.উষা, মুিলাখ সিং আৰু ভোগেশ্বৰ বৰুৱা -কি প্ৰসংগত মিল আছে ?
পি.টি.উষা, মুিলাখ সিং আৰু ভোগেশ্বৰ বৰুৱা – তিনিওজন এথলিট আৰু দৌৰবিদ প্ৰসংগত মিল আছে ।
এহাতে পৰ্বতীয়া স্বাস্থ্য়কাৰ ঠাই , আনহাতে বিশ্ববিখ্য়াত চাহ উৎপাদন কেন্দ্ৰ । ঠাইখনৰ নাম কি ?
এহাতে পৰ্বতীয়া স্বাস্থ্য়কাৰ ঠাই , আনহাতে বিশ্ববিখ্য়াত চাহ উৎপাদন কেন্দ্ৰ । ঠাইখনৰ নাম হৈছে দাৰ্জিলিং ।
‘উটি’ ভাৰতৰ এখন আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ । এই কেন্দ্ৰৰ প্ৰকৃত নাম কি ?
‘উটি’ ভাৰতৰ এখন আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ । এই কেন্দ্ৰৰ প্ৰকৃত নাম হৈছে উদগামণ্ডলম ।