ভাৰতীয় বৈদেশিক বাণিজ্য় প্ৰতিষ্ঠান নতুন দিল্লীত অৱস্থিত ।
Month: April 2021
ITDC মানে কি ?
ITDC মানে হৈছে Indian Tourism Development Corporation
ভাৰতৰ কেইটা কেন্দ্ৰীয় কাৰাগাৰ আছে ?
ভাৰতৰ ১১৩ টা কেন্দ্ৰীয় কাৰাগাৰ আছে ।
কোন চনত ছিকিমে ভাৰতৰ অংগ ৰাজ্য় হিচাপে পূৰ্ণ মৰ্যাদা লাভ কৰিলে ?
১৯৭৫ চনত ছিকিমে ভাৰতৰ অংগ ৰাজ্য় হিচাপে পূৰ্ণ মৰ্যাদা লাভ কৰিলে