সৰ্বোচ্চ স্থানত অল ইণ্ডিয়া ৰেডিঅ’ৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ নাম হৈছে লেহ ।
Month: April 2021
কিমানটা গুহা লগলাগি অজন্তা গুহা গঠিত হৈছে ?
২৯ টা গুহা লগলাগি অজন্তা গুহা গঠিত হৈছে ।
বান্দিপুৰ বন্য়প্ৰাণী সংৰক্ষিত বনাঞ্চল কোন ৰাজ্য়ত অৱস্থিত ?
বান্দিপুৰ বন্য়প্ৰণী সংৰক্ষিত বনাঞ্চল তামিলনাডু ৰাজ্য়ত অৱস্থিত ।
স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য়মন্ত্ৰী কোন আছিল ?
স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য়মন্ত্ৰী ৰাজকুমাৰী অমৃতা কৌৰ আছিল ।