ভাৰতৰ আৰু পাকিস্তানৰ মাজত অৱস্থিত সীমাৰেখাডালক ৰেডক্লিফ লাইন বুলি জনা যায় ।
Month: April 2021
ভাৰতৰ এখন ৰাজ্য়ক ‘ঈশ্বৰৰ ৰাম্য়ভূমি'(The Abode of God) নাম জনা যায় । ৰাজ্য়খন কি ?
ভাৰতৰ এখন ৰাজ্য়ক ‘ঈশ্বৰৰ ৰাম্য়ভূমি'(The Abode of God) নাম জনা যায় । ৰাজ্য়খন হৈছে হাৰিয়ানা ।
সৰ্বাধিক কয়লা উৎপাদন কৰা ৰাজ্যখনৰ নাম কি ?
সৰ্বাধিক কয়লা উৎপাদন কৰা ৰাজ্যখনৰ নাম হৈছে ছত্তিগড় ।
নদীৰ ওপৰত নিৰ্মিত পৃথিৱীৰ ব্য়স্ততম দলংখন ভাৰতৰ অৱস্থিত এই দলং (সেতু) খনৰ নাম কি ?
নদীৰ ওপৰত নিৰ্মিত পৃথিৱীৰ ব্য়স্ততম দলংখন ভাৰতৰ অৱস্থিত এই দলং (সেতু) খনৰ নাম হৈছে হাওৰা ব্ৰীজ ( ৰবীন্দ্ৰ সেতু ) ।