ভাৰতৰ ছিকিম ৰাজ্য়ত ৰে’ল সংযোগ নাই ।
Month: April 2021
ভাৰতবৰ্ষৰ দীৰ্ঘতম সুৰংগ কোনটো ?
ভাৰতবৰ্ষৰ দীৰ্ঘতম সুৰংগটোৰ নাম হৈছে জৱাহৰ সুৰংগ ।
কৰ্ণাটকৰ শ্ৰাৱণবেলাগোলাত অৱস্থিত ভাৰতবৰ্ষৰ সৰ্বোচ্চ মূৰ্তিটোৰ নাম কি ?
কৰ্ণাটকৰ শ্ৰাৱণবেলাগোলাত অৱস্থিত ভাৰতবৰ্ষৰ সৰ্বোচ্চ মূৰ্তিটোৰ নাম হৈছে শ্ৰীগোমতেশ্বৰ মূৰ্তি বা ভগৱান বাহুবলী ।
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি ?
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম হৈছে বাছেন্দ্ৰী পাল ।