ভাৰতত সৰ্বমুঠ ১,২৭৬ খন কাৰাগাৰ আছে ।
Month: April 2021
ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো কোনখন ঠাইত অৱস্থিত ?
ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰটো তৰাপুৰ ঠাইত অৱস্থিত ।
ভাৰতত কেইটা কেন্দ্ৰীয় কাৰাগাৰ আছে ?
ভাৰতত ১১৩ টা কেন্দ্ৰীয় কাৰাগাৰ আছে ।
আগ্ৰা ফ’ৰ্ট ক’ত অৱস্থিত ?
আগ্ৰা ফ’ৰ্ট আগ্ৰা, উত্তৰ প্ৰদেশত অৱস্থিত ।