ভাৰতবৰ্ষৰ বৃহত্তম ব-দ্বীপটোৰ নাম হৈছে সুন্দৰবন ।
Question and Answer Solution
ভাৰতবৰ্ষৰ বৃহত্তম ব-দ্বীপটোৰ নাম হৈছে সুন্দৰবন ।
ভাৰতবৰ্ষৰ কৰ্ণাটক ৰাজ্য়ই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে ।
ভাৰতৰ মধ্য়প্ৰদেশ ৰাজ্য়ই সৰ্বাধিক বনাঞ্চল আগুৰি আছে ।
ভাৰতৰ ৰাজস্থান ৰাজ্য়ত পুষ্কৰ হ্ৰদ অৱস্থিত ।