ভাৰতৰ চেন্নাইত অৱস্থিত দীৰ্ঘতম সমুদ্ৰ তীৰ (বীচ্ছ) টোৰ নাম হৈছে মেৰীনা বীচ্ছ ।
Question and Answer Solution
ভাৰতৰ চেন্নাইত অৱস্থিত দীৰ্ঘতম সমুদ্ৰ তীৰ (বীচ্ছ) টোৰ নাম হৈছে মেৰীনা বীচ্ছ ।
ভাৰতৰ উচ্চতম জলপ্ৰপাতটোৰ নাম হৈছে জগ্ জলপ্ৰপাত ।
এখনতকৈ অধিক ৰাজধানী থকা ভাৰতৰ ৰাজ্য়খনৰ নাম হৈছে জন্মু আৰু কাশ্মীৰ ।
ভাৰত আৰু শ্ৰীলংকাক বিভাজিত কৰা প্ৰণালীটোৰ নাম হৈছে পক প্ৰণালী ।